- চৰাইদেউত আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ।
- জাগৰণ অসম ওৰফে নিলোৎপল তামুলীয়ে অস্ত্ৰ সহ আত্মসমৰ্পণ কৰে চৰাইদেউ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ ওচৰত।
- আত্মসমৰ্পনকাৰী আলফা কেডাৰজনে এটা MQ 81 ৰাইফল, 148টা সজীৱ গুলী, তিনিটা কাৰ্টিজ আৰক্ষীক জমা দিয়ে।
- আলফা সদস্যজনৰ ঘৰ চৰাইদেউ বৰহাট পূব নলবৰীয়া গাঁৱত।
চৰাইদেউত আলফা স্বাধীনৰ আত্মসমৰ্পন
জাগৰণ অসম ওৰফে নিলোৎপল তামুলীয়ে অস্ত্ৰ সহ আত্মসমৰ্পণ কৰে চৰাইদেউ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ ওচৰত
