• চৰাইদেউত আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ।
  • জাগৰণ অসম ওৰফে নিলোৎপল তামুলীয়ে অস্ত্ৰ সহ আত্মসমৰ্পণ কৰে চৰাইদেউ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ ওচৰত।
  • আত্মসমৰ্পনকাৰী আলফা কেডাৰজনে এটা MQ 81 ৰাইফল, 148টা সজীৱ গুলী, তিনিটা কাৰ্টিজ আৰক্ষীক জমা দিয়ে।
  • আলফা সদস্যজনৰ ঘৰ চৰাইদেউ বৰহাট পূব নলবৰীয়া গাঁৱত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,473 other subscribers

Leave a comment

Leave a Reply Cancel reply