ছয়গাওঁ– ছয়গাঁও আৰক্ষীৰ জালত দুধৰ্ষ বাইক চোৰ । এক গোপন খবৰৰ ভিত্তিত দেওবাৰে নিশা হাতীশলাত আৰক্ষীৰ দল এটাই অভিযান চলাই আটক কৰে বাইক চোৰ দুটা। ধৃত চোৰ দুটা হাতীশলাৰ ছমেৰ আলী আৰু পুৰাণকুছিয়াৰ মেছেৰ আলী।

লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে দুখন চুৰি বাইক। উদ্ধাৰ হোৱা বাইক দুখনৰ নম্বৰ এ এছ ০১ এ এক্স ৪৪১৪ ( চি বি জেদ) আৰু এ এছ ০১ ডি জেদ ৬৭৭৪ (পালছাৰ) । সম্প্ৰতি দুয়োটা চোৰকে ছয়গাঁও আৰক্ষীয়ে জেৰা চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply