ছয়গাঁওঃ কামৰূপ জিলাৰ ছয়গাঁৱত আৰক্ষীৰ অভিযান।
ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত আজি পুৱতি নিশা চলোৱা অভিযানত জব্দ অবৈধ কয়লাভৰ্তি এখন ট্ৰাকৰ লগতে এখন ডি আই বাহন।
জব্দকৃত ট্ৰাকখনৰ নম্বৰ হল এ এছ ০১ এ ৯৭৫৫ আৰু ডি আই খনৰ নম্বৰ হল এ এছ ২৫ এ চি ২২৩৪ ।
লগতে পঢ়কঃধৰ্মীয় অসিষ্ণুতাৰে গ্ৰাস কৰা সমাজখনত যমুনামুখৰ এটা পৰিয়ালৰ ব্যতিক্ৰমী নিদৰ্শন
অভিযানত আৰক্ষীয়ে দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক দুজন হ’ল ছয়গাঁৱৰ ঠাকুৰপাৰাৰ পুলক কলিতা আৰু কুকুৰমাৰাৰ হৰকুমাৰ দাস ।