ছয়গাঁওঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱত অঘটন। ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত বিহদিয়াত শনিবাৰে বিয়লি ৰে’লৰ খুন্দাত এগৰাকী বৃদ্ধাৰ মৃত্যু হয়।মৃত বৃদ্ধাগৰাকী ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত তাৰীগাঁৱৰ কান্দুৰী হীৰা (৮০) বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃআন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসত গুৱাহাটীত প্ৰাইজমানি দৌৰ প্ৰতিযোগিতা

গুৱাহাটী অভিমুখী ধুবুৰী- গুৱাহাটী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply