ছয়গাঁও: ছয়গাৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি আছে যদিও অঞ্চলটোত ইয়াৰ সৰবৰাহ অব্যাহত আছে। ছয়গাঁও আৰক্ষীৰ অভিযানত আকৌ ১৪টা ড্ৰাগছ কণ্টেইনাৰ সহ এজন আটক কৰিছে ৷

জোৰশিমলু লাৰুৱাজানৰ পৰা ড্ৰাগছ সহ আটক কৰিছে আজিজুল আলী নামৰ লোকজনক ৷

ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ ঘৰ গৰৈমাৰীৰ কৰিতলাত ৷

কামৰূপ জিলা আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰয়ৰ গোপন খবৰৰ ভিত্তিত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভগবান ডেকাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে সোমবাৰে চলোৱা অভিযানত ড্ৰাগছ ব্যৱসায়ী গৰাকীক ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক- উন্নয়নত নহয় এনকাউন্টাৰত অসমক ৩ নম্বৰ স্থানলৈ আনিবলৈ সফল হ’ল মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply