চিৰাংঃ চিৰাঙৰ ডাঙাই গাঁৱত ড্ৰাগছসহ আটক দুই যুৱক ৷ ধৃত যুৱকদ্বয় চফিৰুদ্দিন আহমেদ আৰু মনোৱাৰ হুছেইন ৷

দুয়োৰে পৰা আৰক্ষীয়ে ১৫ গ্ৰাম ড্ৰাগছ জব্দ কৰে।

ধৃত যুৱক দুজনৰ পৰা আৰক্ষীয়ে এখন বাইকৰ লগতে দুটা ম’বাইল ফোন জব্দ কৰে৷

আৰু পঢ়কঃভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ কাষত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা

জব্দ কৰা বাইকখনৰ নম্বৰ এ এছ ০১ডিজে ২৯৪৪।

বৰপেটাৰ পৰা বিজনীলৈ আহি থকা সময়তে আৰক্ষীৰ জালত পৰে দুয়োজন যুৱক৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply