চিৰাঙত বিস্ফোৰক উদ্ধাৰ

চিৰাংঃ চিৰাঙত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ।

সেনা- আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ ৭.৫কেজি টিএনটি, দুটা হস্তনিৰ্মিত বন্দুক, ১৪০মিটাৰ তাঁৰ, ১০৬ টা লোৰ বল, দুটা প্ৰেচাৰ কুকাৰ।

বিস্ফোৰক খিনি লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লালসিং বসুমতাৰী নামৰ এজনক।

NLFBৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী খিনি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,841 other subscribers

Leave a comment

Leave a Reply