চিৰাংঃ চিৰাঙত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ।
সেনা- আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ ৭.৫কেজি টিএনটি, দুটা হস্তনিৰ্মিত বন্দুক, ১৪০মিটাৰ তাঁৰ, ১০৬ টা লোৰ বল, দুটা প্ৰেচাৰ কুকাৰ।
বিস্ফোৰক খিনি লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লালসিং বসুমতাৰী নামৰ এজনক।
NLFBৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী খিনি।