আজি পৱিত্ৰ বৰদিন। প্ৰান্তে প্ৰান্তে আটক ধুনীয়াকৈ সজাই লোৱা হৈছে গীৰ্জা ঘৰসমূহ। বৰদিন উদযাপনৰ বাবে ৰাজ্যৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উছাহ-উদ্দীপনা।

দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ পাণবজাৰস্থিত গীৰ্জাঘৰতো বৰদিনৰ অনুষ্টুপীয়াভাৱে আয়োজন কৰা হৈছে । পুৱা ৯ বজাৰ পৰাই সকলোৱে গীৰ্জাত উপস্থিত হৈ প্ৰাৰ্থনাত অংশ লৈছে। ইয়াৰ মাজতে কোভিড নিয়ম সকলোৱে মানি যাতে অংশ লব পাৰে তাৰো ব্যবস্থা লৈছে। যাতে অংশ লব পাৰে তাৰো ব্যবস্থা লৈছে।

অনাড়ম্বৰভাৱে বিভিন্নৰঙী আলোকৰসজ্জাৰে মহানগৰীৰ গীৰ্জাসমূহ সজাই তোলাৰ লগতে আজিৰ দিনটোত কেৰলৰ ধব্বনিৰে মুখৰিত হ’ব গীৰ্জাসমূহ। দেশবাসীক ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ আৰু প্ৰধানমন্ত্ৰীয় টুইটাৰযোগে জনালে বৰদিনৰ শুভেচ্ছা।

লগতে পঢ়ক- আদাবাৰীত মুকলি হ’ল অটল উদ্যান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,753 other subscribers

Leave a comment

Leave a Reply