অসম চৰকাৰৰ আমোলা পৰ্যায়ত ৰদ-বদল

ৰাজ্যচৰকাৰে দায়িত্ব লোৱাৰ পিছত পৰ্যায়ক্ৰমে বদলী কৰি ৰাজ্য প্ৰশাসনৰ বিভিন্ন স্তৰৰ বিষয়াসকলক ।এইবাৰ ৰাজ্যৰ চক্ৰ বিষয়া সকলক বদলী কৰিছে ৰাজ্যচৰকাৰে ।

শিৱসাগৰৰ সহকাৰী আয়ুক্ত পংকজ বৰাক তেজপুৰৰ চক্ৰবিষয়া ৰূপে বদলি।
ধেমাজিৰ নিৰ্বাচনী বিষয়া স্বৰাজ ভাৰত লাগাচুক লাহৰিঘাটৰ চক্ৰবিষয়া ৰূপে বদলি।
যোৰহাটৰ সহকাৰী আয়ুক্ত দিম্পী গগৈক লাংকাৰ চক্ৰবিষয়া ৰূপে বদলি।
নাজিৰাৰ নিৰ্বাচনী আয়ুক্ত সুজাতা গগৈক নগাঁৱৰ কামপুৰৰ চক্ৰবিষয়া ৰূপে বদলি।
ৰঙিয়াৰ নিৰ্বাচনী বিষয়া হৃদয় কুমাৰ দাসক আলগাপুৰৰ চক্ৰবিষয়া ৰূপে বদলি।
উত্তৰ শালমাৰাৰ সহকাৰী আয়ুক্ত কৌস্তব কলিতাক টিংখাংৰ চক্ৰবিষয়া ৰূপে বদলি।
কামৰুপৰ নিৰ্বাচনী বিষয়া অপৰ্টিম গোস্বামীক গোলোকগঞ্জৰ চক্ৰ বিষয়া ৰূপে বদলি।
ডিমা হাচাওৰ নিৰ্বাচনী বিষয়া হেমাংগ নবিছক সৰুপথাৰৰ চক্ৰবিষয়া ৰূপে বদলি।
গোসাইগাঁৱৰ নিৰ্বাচনী বিষয়া পৰিক্ষীত ফুকনক কমলপুৰৰ চক্ৰ বিষয়া ৰূপে বদলি।

তামুলপুৰ চক্ৰবিষয়া ৰূপকমল ৰাভাক বিলাসীপাৰালৈ বদলি ।
বাক্সাৰ চক্ৰবিষয়া নিলুৎপল পাঠকক ধেমাজিৰ চিচিবৰগাঁৱলৈ বদলি।
বৰপেটাৰ চক্ৰবিষয়া প্ৰাঞ্জল কুমাৰ দাসক বিশ্বনাথলৈ বদলি।
বৰপেটাৰ বৰনগৰ চক্ৰবিষয়া পাৰ্থ প্ৰতিম খনিকৰক কাছাৰৰ উধাৰবন্দলৈ বদলি।
বঙাইগাঁও বইটামাৰীৰ চক্ৰবিষয়া পল্লৱ জ্যোতি দাসক যোৰহাটলৈ বদলি।
বঙাইগাঁৱৰ ডাঙটল চক্ৰবিষয়া সোণাশ্ৰী ব্ৰহ্মক ৰহালৈ বদলি


তিনিচুকীয়াৰ নিৰ্বাচনী বিষয়া ৰশ্মী প্ৰতাপক উত্তৰ গুৱাহাটীৰ চক্ৰ বিষয়া ৰূপে বদলি।
লখিমপুৰৰ সহকাৰী আয়ুক্ত জিতুৰাজ গগৈক শিলছৰৰ চক্ৰবিষয়া ৰূপে বদলি।
বোকাখাটৰ নিৰ্বাচনী বিষয়া নিতিশা বৰাক তামুলপুৰৰ চক্ৰ বিষয়া ৰূপে বদলি।
বোকাজানৰ সহকাৰী আয়ুক্ত দীপাংকৰ নাথক কাচাৰৰ সোণাইৰ চক্ৰবিষয়া ৰূপে বদলি।
যোৰহাটৰ সহকাৰী আয়ুক্ত সৌভিক ভূঞাক টিয়কৰ চক্ৰ বিষয়া ৰূপে বদলি।


তিতাবৰৰ সহকাৰী আয়ুক্ত পল্লৱ জ্যোতি নাথক সৃজনগ্ৰামৰ চক্ৰবিষয়া ৰূপে বদলি।
শিলছৰৰ সহকাৰী আয়ুক্ত মাৰিয়া টানিমক বিজনীৰ চক্ৰবিষয়া ৰূপে বদলি।
টিংখাংৰ চক্ৰবিষয়া ভাস্কৰ জ্যোতি বৰাক বাক্সাৰ চক্ৰ বিষয়া ৰূপে বদলি।
কৰিগঞ্জৰ সহকাৰী আয়ুক্ত সৌবিক দত্তক বোকাখাটৰ চক্ৰ বিষয়া ৰূপে বদলি।
মঙ্গলদৈৰ সহকাৰী আয়ুক্ত কমলজীত শৰ্মাক বগৰীবাৰীৰ চক্ৰবিষয়া ৰূপে বদলি।
শিৱসাগৰৰ সহকাৰী আয়ুক্ত মনিসা কলিতাক নলবাৰীৰ ঘগৰাপাৰৰ চক্ৰবিষয়া ৰূপে বদলি।
কলিয়াবৰৰ নিৰ্বাচনী বিষয়া বাৰ্বী হাজৰিকাক পশ্চিম নলবাৰীৰ চক্ৰবিষয়া ৰূপে বদলি।

কাটিগৰা চক্ৰবিষয়া প্ৰাঞ্জিত কুমাৰ দেৱক বৰপেটাৰ চেঙালৈ বদলি।
সোনাৰীৰ চক্ৰ বিষয়া প্ৰিয়াংশু ভৰদ্বাজক আজাৰালৈ বদলি।
টেঙাখাটৰ চক্ৰবিষয়া মিনাৰ্ভা দেৱী আৰামবামক কলাইগাঁৱলৈ বদলি।
মৰানৰ চক্ৰবিষয়া লুকুমনি বৰাক মৰিগাঁৱৰ ভূৰাগাঁৱলৈ বদলি।
চাবুৱাৰ চক্ৰবিষয়া ঋতু পল্লৱ বৰুৱাক বৰপেটাৰ কলগাছিয়ালৈ বদলি।
গোৱালপাৰাৰ বালিজানৰ চক্ৰবিষয়া ধ্ৰুৱজ্যোতি পাঠকক পলাশবাৰীলৈ বদলি।
গোৱালপাৰা লখিপুৰৰ চক্ৰ বিষয়া ৰিপন জ্যোতি নাথক চামগুৰিলৈ বদলি।
গোলাঘাটৰ মৰঙিৰ চক্ৰবিষয়া ডেভিড কুমাৰ বৰাক হাইলাকান্দিলৈ বদলি।
গোলাঘাটৰ সৰুপথাৰৰ চক্ৰবিষয়া সোণতৃষ্ণা ঘৰফলিয়াক বাক্সাৰ বৰমালৈ বদলি।
হোজাইৰ চক্ৰ বিষয়া ৰাহুল দলেক ঢকুৱাখনালৈ বদলি।
হোজাইৰ ডবকাৰ চক্ৰবিষয়া টিংকুমনি বৰাক নলবাৰীলৈ বদলি।


টিয়কৰ চক্ৰ বিষয়া লীনা কুমাৰী পাওক ৰঙিয়ালৈ বদলি।
উত্তৰ গুৱাহাটীৰ চক্ৰবিষয়া জীৱন কৃষ্ণ গোস্বামীক শিৱসাগৰলৈ বদলি।
ৰঙিয়াৰ চক্ৰবিষয়া চন্দন বৰগোঁহাইক হোজাইলৈ বদলি।
ছয়গাঁৱৰ চক্ৰবিষয়া জয়ন্ত বৰাক লখিমপুৰলৈ বদলি।
বকোৰ চক্ৰ বিষয়া দীপশিখা শইকীয়াক নাহৰকটীয়ালৈ বদলি।
কামৰূপ গৰৈমাৰীৰ চক্ৰবিষয়া বিমান দাসক মৰিগাঁৱৰ মায়ঙলৈ বদলি।
বদৰপুৰৰ চক্ৰবিষয়া দেৱজ্যোতি গগৈক ছিপাঝাৰলৈ বদলি।
চন্দ্ৰপুৰৰ চক্ৰবিষয়া ভাৰত কোঁৱৰক দিছপুৰলৈ বদলি।
কৰিমগঞ্জৰ আৰ কে নগৰৰ চক্ৰ বিষয়া ভন লাল লিমপুইয়াক নাজিৰালৈ বদলি।
কোকৰাঝাৰৰ চক্ৰবিষয়া ৰাহুল ফুকনক দুধনৈলৈ বদলি।
লখিমপুৰৰ কাদমৰ চক্ৰবিষয়া গোপাল শৰ্মাক গোলাঘাটলৈ বদলি।
ঢকুৱাখনাৰ চক্ৰবিষয়া অপূৰ্ব নাথক ডিব্ৰুগড়লৈ বদলি।
মৰিগাঁৱৰ ভূৰাগাঁৱৰ চক্ৰবিষয়া সংগীতা দেৱীক টিহুলৈ বদলি।
চামুগুৰিৰ চক্ৰবিষয়া প্ৰাঞ্জল বৰুৱাক বৰপেটালৈ বদলি।
কলিয়াবৰৰ চক্ৰবিষয়া অন্তৰা সেনক কৰিমগঞ্জলৈ বদলি।
নলবাৰী সদৰৰ চক্ৰবিষয়া বনশ্ৰী ডেকাক মৰিগাঁৱলৈ বদলি।
পশ্চিম নলবাৰীৰ চক্ৰবিষয়া চিন্ময় পাঠকক তিনিচুকীয়া সদৰলৈ বদলি।
নাজিৰাৰ চক্ৰবিষয়া শান্তনু গগৈক ধুবুৰীৰ চাপৰলৈ বদলি।
মাজবাটৰ চক্ৰ বিষয়া সূৰয সোণোৱালক কামৰুপৰ ছয়গাঁৱলৈ বদলি।


কলাইগাঁৱৰ চক্ৰবিষয়া ৰুণাভ ৰামচিয়াৰিক বঙাইগাঁৱলৈ বদলি।
এ চি এছ বিষয়া অৰুপ চৌধুৰীক খৈৰাবাৰীলৈ, মিনাক্ষী পাৰ্মেক তিতাবৰলৈ বদলি।
পশ্চিম যোৰহাটৰ চক্ৰবিষয়া উদয় শংকৰক বৰক্ষেত্ৰীলৈ বদলি।
বঙাইগাঁৱৰ সহকাৰী আয়ুক্ত কবিতা ডেকাক ঢেকিয়াজুলীলৈ চক্ৰবিষয়া হিচাবে বদলি।
কামৰুপৰ নিৰ্বাচনী বিষয়া ঝৰ্ণাজ্যোতি পাটগিৰিক ডিব্ৰুগড়ৰ চক্ৰবিষয়া হিচাবে বদলি।
বোকাজানৰ নিৰ্বাচনী বিষয়া তাহিৰ আলমক বদৰপুৰৰ চক্ৰবিষয়া হিচাবে বদলি।
জি এম চিৰ কালেক্টৰ নৱদীপ চাংমাইক ওদালগুৰিৰ চক্ৰবিষয়া হিচাবে বদলি।
মাজুলীৰ নিৰ্বাচনী বিষয়া কাকুমণি শইকীয়াক বজালীৰ চক্ৰ বিষয়া হিচাবে বদলি।
মাৰ্ঘেৰিটাৰ নিৰ্বাচনী বিষয়া ত্ৰিদীপ কুমাৰ কোঁৱৰক সৰ্থেবাৰীৰ চক্ৰবিষয়া হিচাবে বদলি।

লগতে পঢ়ক এটা বছৰৰ কাৰাবাসৰ অন্তত মুকলি আকাশৰ তললৈ অসমৰ দেৱাংগনা কলিতা; দিল্লী উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply