ৰিপুন বৰাৰ গহপুৰ পৌৰসভাত কংগ্ৰেছে নাপালে এখনো আসন

গহপুৰ পৌৰসভাৰ নিৰ্বাচনী ফলাফল
১ নং ৱাৰ্ডত বিজেপি পূণিমা ফুকন (৩১১)
২ নং ত বিজেপি জিতুমনি বৰা(৫৫৯)
৩ নংত অগপ বৰ্ণালী মহন্ত(৫৩৪)
৫ নংত বিজেপি মুকুট ভূঞা(৩৬৮)
৬ নংত বিজেপি পুটুমাই হাজৰিকা মুদৈ(৪১৩)
৭ নংত নিৰ্দলীয় মাইনু বৰা(২৭২),
৮ নংত বিজেপি জোনালী দলে(৪১৫)
৪,৯ আৰু ১০ নং ৱাৰ্ড বিনা প্ৰতিদ্বন্দীতাৰে বিজেপিয়ে জয়লাভ কৰিছিল।

ৰহা পৌৰসভা বিজেপিৰ দখলত

বিজেপি ৬ টা
অগপ ১ টা
অজাপ ১ টা
নিৰ্দলীয় ২
১ নং ৱাৰ্ডত বিজেপি প্ৰীতিবৰদলৈ বিনা প্ৰতিদদ্বিতাত জয়লাভ ৷

১ প্ৰীতি বৰদলৈ বিজেপি
২ বন্তি হাজৰিকা বিজেপি
৩ অজন্তা বৰুৱা বৰদলৈ বিজেপি
৪ উমানন্দ চাংমাজি বিজেপি
৫ লক্ষ্মণ দেউৰজা বিজেপি
৬ ভূপেন দাস অগপ
৭ মৌচুমী মুদৈ নিৰ্দলীয়
৮ অনিমা দাস বিজেপি
৯ জোনমণি বৰদলৈ অজাপ
১০ সঞ্জীৱ হাজৰিকা নিৰ্দলীয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply