পৌৰসভা নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বে বোকাখাটত উত্তপ্ত পৰিস্থিতি ।
মহকুমাধিপতি কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ।
ষ্ট্ৰঙ ৰুমৰ চিচি টিভি বন্ধ হৈ থকাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
নিশা বন্ধ হৈ পৰিছিল ষ্ট্ৰঙ ৰুমৰ চিচি টিভি ।
আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়।
পৌৰনিগমৰ ফলাফল, বোকাখাটত হঠাৎ উত্তপ্ত পৰিস্থিতি
আজি পুৱাৰে পৰা আৰম্ভ হৈছে ৮০খন পৌৰসভাৰ ভোটগণনা
