Moran

শিৱসাগৰ পৌৰসভাৰ ১৪ খন আসনৰ ১২ খনেই লাভ কৰিলে বিজেপি+অগপ মিত্ৰজোঁটে। মাত্ৰ ২খন আসন ৰাইজৰ দলৰ দখলত।৩ আৰু ৯ অগপ দখলত । বাকী সকলো আসন বিজেপিৰ দখলত।

বিজেপিৰ দখলত মৰাণ পৌৰসভা।চাবুৱা পৌৰসভা বিজেপিৰ দখলত।পাঠশালা পৌৰসভা বিজেপিৰ দখলত।জামুগুৰি পৌৰসভা বিজেপিৰ দখলত।চপাখোৱা পৌৰসভা বিজেপিৰ দখলত।কামপুৰৰ ১০ টা ৱাৰ্ডৰ ৭ টাত বিজেপি আৰু ৩ টাত অগপৰ জয়লাভ।বিজেপি মিত্ৰজোঁটৰ দখলত কামপুৰ পৌৰসভা।ঘোষিত পৌৰসভা নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টিয়ে ঢকুৱাখনা পৌৰসভাত নিৰংকুশ বিজয় সাব্যস্ত কৰিছে।

শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ আটাইকেইটা ৱাৰ্ডতে বিজেপি মিত্ৰজোটৰ জয়।
বিজেপিয়ে ৮ খন আসন পোৱাৰ বিপৰীতে ২ খন আসন অগপই দখল কৰিছে। ডিমৌত মুঠ ৱাৰ্ড ১০ টা।

দেৰগাঁও পৌৰসভা

বদৰপুৰ পৌৰসভাৰ ১০ টা ৱাৰ্ডত বিজেপিৰ জয়লাভ।১ টাত নিৰ্দলীয় জয়ী।বিজেপিৰ দখলত বদৰপুৰ পৌৰসভা।বিহপুৰীয়াৰ ১০ টা ৱাৰ্ডৰ ৫ টাত বিজেপিৰ জয়। ঢকুৱাখনাৰ ১০ টা ৱাৰ্ডৰ ভিতৰত ৯ টাতেই জয় বিজেপিৰ।১ টাত নিৰ্দলীয়ৰ জয়।মৰিগাঁও পৌৰসভাৰ ১১ টা ৱাৰ্ডৰ ভিতৰত ৭ টাত বিজেপি,৩ টাত অগপ আৰু ১ টা ৱাৰ্ডত নিৰ্দলীয়ৰ জয়।বিজেপি মিত্ৰজোঁটৰ দখলত মৰিগাঁও পৌৰসভা।

কংগ্ৰেছৰ দুৰ্গ তিতাবৰ পৌৰসভা বিজেপিৰ দখলত।কংগ্ৰেছ শূণ্য হ’ল সোণাৰি পৌৰসভা।ঠিক তেনেদৰে কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ৯ টাতেই বিজেপিৰ জয়লাভ।এখনত জয় কংগ্ৰেছৰ।ৰামকৃষ্ণনগৰ বিজেপিৰ দখলত।গহপুৰৰ ১০ টা ৱাৰ্ডৰ ৯ টাতেই বিজেপিৰ জয়লাভ।এখনত জয় নিৰ্দলীয়ৰ।বিজেপিৰ দখলত গহপুৰ পৌৰসভা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply