গুৱাহাটীঃ সোমবাৰে গুৱাহাটীৰ পাণ্ডুঘাটত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে চাৰিখন অত্যাধুনিক প্ৰযুক্তিৰ জাহাজ।

মুকলি কৰা জাহাজ কেইখন ক্ৰমে এম ভি মেঘনা, এম ভি সুদৰ্শন, এম ভি পদ্মা, এম ভি ইন্দ্ৰ।

প্ৰতিখন জাহাজে ১০০গৰাকী যাত্ৰীৰ লগতে ৫০খন মটৰ চাইকেল কঢ়িয়াব পৰা পৰিবহন ক্ষমতা আছে।

প্ৰতিগৰাকী যাত্ৰীৰ বাবে জাহাজ কেইখনত থাকিব লাইফ জেকেট।
লগতে পঢ়কঃমুখ্যমন্ত্ৰীৰ পুত্ৰক আটক কৰিছে চিবিআইয়ে

জাহাজসমূহত ১৮০ হৰ্চস্পাৱাৰ X 6 চিলিণ্ডাৰ যুক্ত দুটাকৈ ইঞ্জিন সংলগ্ন থাকিব।
চৰকাৰে ১০ খন জাহাজ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে। তাৰেই আজি ৪ খন জাহাজ মুকলি কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,596 other subscribers

Leave a comment

Leave a Reply Cancel reply