নিউড ডেস্ক: কংগ্ৰেছৰ তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা।
মুঠ ২১জন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে কংগ্ৰেছে। এতিয়ালৈকে ঘোষণা কৰা নাই পশ্চিম গুৱাহাটীৰ আসনৰ বাবে প্ৰাৰ্থীৰ নাম। আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ তালিকাত নাম অন্তভুক্ত হ’ল মনজিত মহন্তৰ। পূব গুৱাহাটীৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ’ল ৰবীন বৰদলৈৰ কন্যা অসীমা বৰদলৈক।
দক্ষিণ শালমাৰা- ৱাজেদ আলী চৌধুৰী
গোলকগঞ্জ- আব্দুছ ছোবাহান আলী সৰকাৰ
বঙাইগাঁও- শংকৰ প্ৰসাদ ৰায়
উত্তৰ অভয়াপুৰী- আব্দুল বাতিম খণ্ডাকাৰ
দক্ষিণ অভয়াপুৰী (এছচি)- প্ৰদীপ সৰকাৰ
দুধনৈ (এছটি)- যাদব স্বৰ্গীয়াৰী
পূব গোৱালপাৰা- আব্দুল কালাম ৰশ্বিদ আলম
পশ্চিম গোৱালপাৰা- মহম্মদ আব্দুৰ ৰাশ্বিদ মণ্ডল
জলেশ্বৰ- আফতাব উদ্দিন মোল্লাহ
পাটাচাৰকুচি- শান্তনু শৰ্মা
বাঘবৰ- শ্বেৰমান আলী আহমেদ
সৰুক্ষেত্ৰী- জাকিৰ হুছেইন ছিকদাৰ
চেঙা- শুকুৰ আলী আহমেদ
বকো (এছচি)- নন্দিতা দাস
ছয়গাঁও- ৰেকিবুদ্দিন আহমেদ
পলাশবাৰী- যতীন মালী
জালুকবাৰী- ৰমেন চন্দ্ৰ বৰঠাকুৰ
দিশপুৰ- মনজিত মহন্ত
পূৱ গুৱাহাটী- অসীমা বৰদলৈ
বৰক্ষেত্ৰী- দিগন্ত বৰ্মন
ধৰ্মপুৰ- ৰাতুল পাটোৱাৰী