ৰাজ্যত কৰোনাৰ ভয়ংকৰ সংক্ৰমণ । যোৱা ২৪ ঘণ্টাত আক্ৰান্ত ৮৭৬ জন ।

কামৰূপ(মঃ) জিলাত সৰ্বাধিক ৩৬০ আক্ৰান্ত হৈছে ।
ৰাজ্যৰ পজিটিভিটী ৰেট ২.২শতাংশলৈ বৃদ্ধি।
শনিবাৰৰ ২গৰাকী লোকৰ মৃত্যু হৈছে।
ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে ৪,৭৯৪গৰাকী।

শণিবাৰৰ দিনটোত ১৪৯ জন লোক সুস্থ হৈ উভতিছে ।

জিলা হিচাবে কামৰূপ মেট্ৰৰ পিছতেই আছে কামৰূপ জিলা য’ত ৫৬ জন লোক আক্ৰান্ত হৈছে ।

শোণিতপুৰত ৪৭, ডিব্ৰুগড়ত ৪২, নগাও ৩২ জন, তিনিচুকীয়াত ৩১ জন

আৰু বৰপেটাত ২৭ জন, কাৰ্বি আংলঙত ২৫ জন, নলবাৰী ২৪ জন, যোৰহাটত ২১ জন লোক আক্ৰান্ত হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,905 other subscribers

Leave a comment

Leave a Reply