গুৱাহাটীঃ মহানগৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযোগ। পল্টনবজাৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে এক দম্পতীক। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ড্ৰাগছ সৰবৰাহৰ অভিযোগত পল্টনবজাৰ আৰক্ষীয়ে লাচিত নগৰৰ এটা ভাড়াঘৰৰ পৰা আটক কৰে স্বামী-স্ত্ৰীক।

আটকাধীন দম্পতীৰ নাম অংকুৰজ্যোতি দাস আৰু জ্বলি দেৱী। আৰক্ষীয়ে দুয়োৰে পৰা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ, নিষিদ্ধ ব্ৰাউন চুগাৰ ,কেইবাটাও ম’বাইল ফোন আৰু নগদ ধন জব্দ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply