আজিৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত হ’ল ৪১৭৮ জন । দিনটেত আক্ৰান্তৰ হাৰ ৪.০৬ শতাংশ। বুধবাৰৰ দিনটোত মৃত্যু হল ৬১ জনৰ।
ৰাজ্যখনত আজিৰ দিনটোত ১ লাখ ২ হাজাৰ ৯২২ গৰাকী লোকক পৰীক্ষা কৰোৱা হয়। দিনটোত আৰোগ্যৰ হাৰ ৮৬.৭০ শতাংশ।
কামৰূপ মেট্ৰত আজিৰ দিনটোত আক্ৰান্ত হয় ৩৮৩ গৰাকী।
শোণিতপুৰত ২জুনৰ দিনটোত ২২৭ গৰাকী
লোক কৰোণাত আক্ৰান্ত
পৰীক্ষা সম্পন্ন হয় ৩৪২৯ গৰাকী লোকক।
সুস্থ হৈ উঠিছে ২৩৭ গৰাকীকৈ লোক।
মৃত্যু হৈছে ৭ গৰাকীকৈ লোকৰ।