শুকুৰবাৰৰ দিনটোত কালিৰ তুলনাত হ্ৰাস পালে ক’ভিড আক্ৰান্তৰ সংখ্যা |
বৃহস্পতিবাৰে ৬৫৭৩ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে শুকুৰবাৰে আক্ৰান্তৰ সংখ্যা ৬০৬৬ লৈ বৃদ্ধি পালে |
ইয়াৰ বিপৰীতে কালিৰ আক্ৰান্তৰ হাৰ আছিল ৬.৪০ শতাংশ, আজিৰ দিনটোত ৫.৮৮ শতাংশলৈ কমিল | বৃহস্পতিবাৰে কৰোনাত আক্ৰান্ত হৈ ৭৪ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে আজিৰ দিনটোত মৃত্যু হ’ল ৮১ গৰাকী |
ইয়াৰ মাজতে কামৰূপ মেট্ৰ’ত আজিৰ দিনটোত আক্ৰান্ত হয় ৯০৮ গৰাকী | স্বাস্থ্য বিভাগে আজিৰ দিনটোতে পৰীক্ষা কৰা লোকৰ সংখ্যা লাখৰ সীমা অতিক্ৰম কৰে | আজি মুঠ ১ লাখ ৩ হাজাৰ ১৫৮ জন লোকক পৰীক্ষা কৰোৱা হয় |লগতে পঢ়ক পঞ্চদশ বিধান সভাৰ অধ্যক্ষৰূপে দায়িত্ব ল’লে বিশ্বজিৎ দৈমাৰী