ৰাজ্যত ক’ভিডৰ ভয়াবহ ৰূপ লোৱাৰ পিছতেই বাহিৰৰ পৰা অহা যাত্ৰীসকলক পৰীক্ষা কৰোৱাত তৎপৰ হৈছে স্বাস্থ্য বিভাগ ।

পল্টন বজাৰ আৰু কামাখ্যা ষ্টেচনত পৰীক্ষা কৰাৰ ফলত বহুজনৰ দেহত ক’ভিডৰ স্থিতি পোৱা গৈছে।


শুকুৰবাৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত হয় ৫৭৩ গৰাকী । কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ৪ জনৰ ।

শুকুৰবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰে ১১৩ জন ।

ইফালে কামৰূপ মহানগৰ জিলাত ২৪৫ জন লোক শুকুৰবাৰে কোভিডত আক্ৰান্ত হোৱাৰ লগতে কামৰূপ গ্ৰাম্যত ৪৭ জন,নগাঁওত ৩৩ জন.শোনিতপুৰত ৩০ জন লোক কোভিডত আক্ৰান্ত হয় ।

ৰাজ্যত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হয় ২,২২,৯৪০ জন ।

কোভিডত আক্ৰান্ত হৈ মৃত্যু হয় ১১২৭ জনৰ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply