আজি ৰাজ্যখনত মুঠতে ১,১৯,১৮৮ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়। আজিৰ দিনটোত ৰাজ্যখনত ক’ভিডত ১৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।
কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈছে ১৮১ গৰাকী লোক । ক’ভিড পজিটিভিটিৰ হাৰ হৈছে ০.৮৯ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৬.৯২ শতাংশ।
ৰাজ্যত ক’ভিড পজিটিভিটিৰ হাৰ আজিও ১ শতাংশৰ তলতে আছে।
অৱশ্যে আক্ৰান্ত লোকৰ সংখ্যা কালিৰ তুলনাত কিছু কমিছে। বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১০৬৫ গৰাকী লোক।
লগতে পঢ়ক অনুশাসন নথকাৰ বাবে দুৰ্বল হৈছিল কংগ্ৰেছ দায়িত্ব লৈয়েই ক’লে সভাপতি ভুপেন বৰাই