ক'ভিডত বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহায্য

ক’ভিডত স্বামীহাৰা মহিলালৈ আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী বিধৱা মহিলালৈ ২.৫০ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হয়।

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৮৭৪ গৰাকী মহিলাই আঁচনিখনৰ জৰিয়তে সাহায্য লাভ কৰিব।

ক’ভিডে এতিয়ালৈকে ৰাজ্যত বহু পৰিয়ালৰ পৰা আপোনজনক কাঢ়ি নিলে
এতিয়ালৈকে ৰাজ্যৰ ৪,৮১২জনে প্ৰাণ হেৰুৱাইছে |
অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে ক’ভিডত অনাথ শিশুলৈ মাহে ৩,৫০০কৈ দিয়াৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰে

লগতে পঢ়ক ক’ভিডৰ সহায়কাৰী ঔষধৰ গবেষণাত জিলিকিছে অসমৰ যুৱক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply