মুছলপুৰঃ দেশত কৰোনাই চলাইছে সংহাৰী ৰূপ। কৰোনাত আক্ৰান্ত হৈ মহাৰাষ্ট্ৰত মৃত্যু হয় অসমৰ যুৱকৰ।
নিহত যুৱকজন বাক্সাৰ মুছলপুৰৰ ভালাগুৰী গাঁৱৰ সুৰেন দাস।
আৰু পঢ়কঃ বাৰিষাৰ পূৰ্বে গৰাখহনীয়া প্ৰতিৰোধৰ কাম সমাপ্ত কৰাৰ দাবী ৰাইজৰ
মহাৰাষ্ট্ৰৰ এটা প্ৰতিষ্ঠানত কৰ্মচাৰী আছিল সুৰেন দাস।
ইতিমধ্যে মহাৰাষ্ট্ৰতেই সুৰেন দাসৰ মৃতদেহ সৎকাৰ কৰা হৈছে।
মৃত্যুৰ সময়ত দাসে নিজ পত্নী আৰু এগৰাকী কন্যা সন্তানক এই সংসাৰত এৰি থৈ যায়।