বৈঠালাংছ’: পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ জৱাহৰ নবোদয় বিদ্যালয়ত ক’ভিডৰ ব্যাপক গণসংক্ৰমন হোৱাৰ তথ্য প্ৰকাশ পাইছে।
বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী,ছাত্ৰ সহ মুঠ ১৫ জন ক’ভিডত আক্ৰান্ত হৈছে।
ইয়াৰে ৮ জন শিক্ষক-কৰ্মচাৰী,৭ জন ছাত্ৰ আক্ৰান্ত হৈছে ক’ভিডত।
১২ জনক ইতিমধ্যে তুমপ্ৰেং স্থিত ক’ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে।
৩ জনক হ’ম কোৱেৰেন্টাইনত ৰখা হৈছে।
বৰ্তমানেও জিলা প্ৰশাসনে ঘোষণা কৰা নাই কন্টেইনমেন্ট জ’ন।

লগতে পঢ়ক- আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply