অসমত আজিৰ দিনটোত পুনৰ ৩১৫জন ব্যক্তি কোভিড পজিটিভ হয়।
ইয়াৰ মাজতে ৰাজ্যত বুধবাৰৰ দিনটোত সুস্থ হয় ১৫৩৯জন লোক।
ইফালে, আজিৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ ৬জন লোকে প্ৰাণ হেৰুৱাই।
ৰাজ্য খনত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫০৩৫জন ৰোগী।
আনহাতে, ৰাজ্য খনত বৰ্তমান সময়ত পজিটিভিটী হাৰ ০.৯৮ শতাংশ।
লগতে পঢ়ক – অস্কাৰৰ বাবে মনোনীত দলিত মহিলা সাংবাদিকৰ কাহিনীৰে নিৰ্মিত তথ্যচিত্ৰ