চাহ বাগিচাত সতৰ্কতা মূলক ব্যবস্থা

ক’ভিডৰ সংক্ৰমণ ৰাজ্যত দিনক দিনে কমিছে যদিও এতিয়াও সুৰক্ষিত নহয় ৰাজ্য | জনসাধাৰণৰ সাধাৰন ভুলে পুনৰ ভয়াবহ অবস্থালৈ নিবলৈ বহু সময় নালাগিব |

আজিৰ দিনটোত ৰাজ্যত ৬২২১ জন লোক আক্কান্ত হয় ক’ভিডত | দিনটোৰ হিচাবত আক্ৰান্তৰ হাৰ ৫.১৬ | কালিৰ তুলনাত কিছু কমিল আজিৰ দিনটোত | ৰাজ্যখনত আজিৰ দিনটোত মৃত্যু হ’ল ৮৪ গৰাকীৰ |

দিনটোত মুঠ পৰীক্ষা হ’ল এক লাখ ২০ হাজাৰ,৬৬৮ জনৰ | আৰোগ্য হৈছে ৮৪.৮৬ শতাংশ | সোমবাৰৰ দিনটোত কামৰূপ মেট্ৰত আক্ৰান্ত হ’ল ৭২৯ গৰাকী |

লগতে পঢ়ক ৰাজ্যত আক্ৰান্তৰ হাৰ কমাৰ সময়তে হোৰাহোৰে ৰাইজ ওলাল বজাৰলৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,268 other subscribers

Leave a comment

Leave a Reply