ক’ভিডৰ সংক্ৰমণ ৰাজ্যত দিনক দিনে কমিছে যদিও এতিয়াও সুৰক্ষিত নহয় ৰাজ্য | জনসাধাৰণৰ সাধাৰন ভুলে পুনৰ ভয়াবহ অবস্থালৈ নিবলৈ বহু সময় নালাগিব |
আজিৰ দিনটোত ৰাজ্যত ৬২২১ জন লোক আক্কান্ত হয় ক’ভিডত | দিনটোৰ হিচাবত আক্ৰান্তৰ হাৰ ৫.১৬ | কালিৰ তুলনাত কিছু কমিল আজিৰ দিনটোত | ৰাজ্যখনত আজিৰ দিনটোত মৃত্যু হ’ল ৮৪ গৰাকীৰ |
দিনটোত মুঠ পৰীক্ষা হ’ল এক লাখ ২০ হাজাৰ,৬৬৮ জনৰ | আৰোগ্য হৈছে ৮৪.৮৬ শতাংশ | সোমবাৰৰ দিনটোত কামৰূপ মেট্ৰত আক্ৰান্ত হ’ল ৭২৯ গৰাকী |
লগতে পঢ়ক ৰাজ্যত আক্ৰান্তৰ হাৰ কমাৰ সময়তে হোৰাহোৰে ৰাইজ ওলাল বজাৰলৈ