আজিৰ দিনটোত ৰাজ্যত আক্ৰান্তৰ হাৰ কালিৰ তুলনাত কিছু কমিল | আজিৰ দিনটোত আক্ৰান্তৰ হাৰ ৫.০৪ শতাংশ | আজিৰ দিনটোত আক্ৰান্ত হয় ৫৭৬৭ জন |
ইয়াৰ বিপৰীতে কালিৰ দিনটোৰ তুলনাত আজিৰ দিনটোত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে | আজিৰ দিনটোত মৃত্যু হয় ৯২ জন লোকৰ | পৰীক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটোতো লাখৰ সীমা অতিক্ৰম কৰে |
আজি পৰীক্ষা কৰে ১ লাখ ১৪ হাজাৰ ৩১৫ জনৰ | কামৰূপ মেট্ৰ’ত আজিৰ দিনটোত আক্ৰান্ত হয় ৬২৪ জন | আনহাতে দিনটোত আৰোগ্য হয় ৮৪.৮৪ শতাংশ |
লগতে পঢ়ক ৰাজ্যৰ জিলাই জিলাই হঠাৎ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান কিয়