কোৰোনাৰ আক্ৰান্তৰ হাৰ

আজিৰ দিনটোত ৰাজ্যত আক্ৰান্তৰ হাৰ কালিৰ তুলনাত কিছু কমিল | আজিৰ দিনটোত আক্ৰান্তৰ হাৰ ৫.০৪ শতাংশ | আজিৰ দিনটোত আক্ৰান্ত হয় ৫৭৬৭ জন |

ইয়াৰ বিপৰীতে কালিৰ দিনটোৰ তুলনাত আজিৰ দিনটোত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে | আজিৰ দিনটোত মৃত্যু হয় ৯২ জন লোকৰ | পৰীক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটোতো লাখৰ সীমা অতিক্ৰম কৰে |

আজি পৰীক্ষা কৰে ১ লাখ ১৪ হাজাৰ ৩১৫ জনৰ | কামৰূপ মেট্ৰ’ত আজিৰ দিনটোত আক্ৰান্ত হয় ৬২৪ জন | আনহাতে দিনটোত আৰোগ্য হয় ৮৪.৮৪ শতাংশ |

লগতে পঢ়ক ৰাজ্যৰ জিলাই জিলাই হঠাৎ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান কিয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,268 other subscribers

Leave a comment

Leave a Reply