যোগেন মহন

সোণাৰি : মাহমৰা সমষ্টিৰ ছটাকৈ ক’ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰিলে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা পাৰ্বত্য উন্নয়ন আৰু খনিজ বিভাগৰ মন্ত্ৰী যোগেন মহনে।

মন্ত্ৰী গৰাকীয়ে ক’ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰাৰ লগতে এইসমূহত থকা ক’ভিড আক্ৰান্ত লোকসকলৰ স্বাস্থ্যৰ বুজ লয় চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলৰপৰা।

আনহাতে ক’ভিড কেয়াৰ চেণ্টাৰৰ লগতে হোম আইচ’লেছনত থকা লোকসকলক পুষ্টিকৰ খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে স্বাস্থ্যকৰ্মীসকলক মাক্স, চেনিটাইজাৰ বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়ক টীয়ক চাহ বাগিচা কৰ্তৃপক্ষৰ শ্ৰমিকৰ জীৱনক লৈ হেতালি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply