চেনিটাইজেছন" কাৰ্যসূচী

মানকাচৰ: অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ উদ্যোগত মানকাচৰ
সমষ্টিৰ বিভিন্ন প্ৰান্তত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চেনিটাইজেচন কাৰ্য্যসূচী হাতত লৈছে। এই কাৰ্য্যসূচী শুভাৰম্ভ কৰে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামে।
ক’ভিদৰ বিৰুদ্ধে অসম যুৱ পৰিষদৰ উদ্যোগত গ্ৰহণ কৰা চেনিটাইজেছন” কাৰ্যসূচী
সমষ্টিৰৰ বিভিন্ন জনবহুল ঠাইত কৰিব |

অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামৰ লগতে অসম গণ পৰিষদৰ ভাতৃ সংগঠনৰ বিষয়াববীয়াও এই অনুষ্ঠানত সহযোগিতা আগবঢ়াই ।

লগতে পঢ়ক অভাবনীয়ভাৱে বৃদ্ধি পেট্ৰ’লৰ মূল্য! ভংগ হ’ল সৰ্বকালৰ অভিলেখ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply