নিউজ ডেস্কঃ ৰাজ্য চৰকাৰে কোভিড সন্দৰ্ভত জাৰি কৰিছে নতুন নিৰ্দেশনা।

পূৰ্বৰ নিৰ্দেশনা প্ৰত্য়াহাৰ কৰি বিমান বন্দৰ আৰু ৰেল যাত্ৰীৰ বাবে এই নিৰ্দেশনা।

দুটা ড’জ ভেকচিন ল’লেও ৰে’ল ষ্টেচন, বিমান বন্দৰত কৰিব লাগিব কোভিড টেষ্ট।

প্ৰতিগৰাকী যাত্ৰীৰ বাবে এই নিয়ম বাধ্যতামূলক কৰিছে চৰকাৰে।

পূৰ্বতে দুটা ড’জ ভেকচিন লোৱা সকলে কৰিব নালাগিছিল কোভিড টেষ্ট।

কিন্তু এতিয়াৰে পৰা সকলো যাত্ৰীয়ে কৰিব লাগিব কোভিড টেষ্ট।

আৰু পঢ়কঃঅসম বিধানসভাৰ বাজেট অধিৱেশনৰ পঞ্চম দিনা সদনত হুলস্থুলীয়া পৰিৱেশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply