মানকাচৰ : ভাৰত-বাংলাদেশৰ উন্মক্ত সীমান্তত জব্দ ৬ টাকৈ চোৰাং গৰু। সীমান্ত সুৰক্ষা বাহিনীয়ে জব্দ কৰে গৰু কেইটা। গৰু সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পুনৰ জব্দ হৈছে চোৰাং গৰু। সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে অভিযান চলাই ৬ টাকৈ চোৰাং গৰু জব্দ কৰে।

বাংলাদেশলৈ গৰু কেইটা সৰবৰাহ কৰিবলৈ নিয়াৰ পথত সীমান্ত সুৰক্ষা বাহিনীয়ে গৰু কেইটা জব্দ কৰে। অৱশ্যে গৰু সৰবৰাহকাৰী কেইজন পলায়ন কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক : নিয়োগ বাৰ্তা : শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ ৩ টা পদত নিযুক্তি সৃষ্টি

মানকাচৰৰ ভাৰত-বাংকাদেশ সীমান্তৰ পুৰণি দেওয়ানেৰ আলগা বি এছ এফ কেম্প এলেকাত গৰু কেইটা জব্দ হয়। পুৰণি দেওয়ানেৰ আলগা ভাৰত-বাংলাদেশৰ উন্মক্ত সীমান্ত তথা চৰ অঞ্চল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply