নিউজ ডেস্কঃ ৰাজ্যত ৫জুনলৈ বৃদ্ধি কৰা হৈছে সান্ধ্য আইন।

কোৰোনাসৃষ্ট পৰিস্থিতিৰ বাবে মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ঘোষণা কৰে।

আৰু পঢ়কঃ হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোগাভ্যাস

আনহাতে ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলসমূহত ৫ বজাৰ পৰিৱৰ্তে ২ বজাৰ পৰা বলবৎ হ’ব সান্ধ্য আইন।

নগৰাঞ্চলত ১২ বজাৰ পৰা চলি থকা সান্ধ্য আইন ৫ জুনলৈকে অব্যাহত থাকিব।
৫ জুনলৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply