- কামৰূপৰ শিঙিমাৰী আলিকাষত ভয়ংকৰ অগ্নিকাণ্ড।
- অগ্নিকাণ্ডত ভস্মীভূত আঠটাকৈ বাসগৃহ।
- চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
- অগ্নিকাণ্ডত প্ৰায় ৫০লাখ টকাৰ সম্পত্তি ভস্মীভূত হৈছে।
- জুইত বহুতো গুৰুত্বপূৰ্ণ নথি-পত্ৰও জাহ যায়।
- ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
চিলিণ্ডাৰ বিস্ফোৰণ ঘটি আঠটাকৈ বাসগৃহ ভস্মীভূত
অগ্নিকাণ্ডত প্ৰায় ৫০লাখ টকাৰ সম্পত্তি ভস্মীভূত হৈছে
