কোকিলাঃ মানিকপুৰৰ গোলাপাৰাত শিৰশ্ছেদ অৱস্থাত গোহালিত উদ্ধাৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম চাহেৰা খাতুন। এইয়া পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ স্থানীয় ৰাইজৰ। মহিলাগৰাকীক স্বামীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

লগতে পঢ়কঃবিহপুৰীয়া থানাৰ আৰক্ষী বিষয়া উৎপল বৰাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

পিছে এই অভিযোগ নস্যাৎ কৰিছে স্বামীয়ে। মানসিকভাবে বিকাৰগ্ৰস্ত মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ দাবী কৰিছে মৃত মহিলাগৰাকীৰ স্বামীয়ে। ইতিমধ্যে ঘটনাস্থলীত কোকিলা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply