ছয়গাঁওঃ দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষীচকীৰ অন্তৰ্গত তেজপুৰত শুকুৰবাৰে ৰেলৰ চেপাত এজন লোকৰ মৃত্যু হয়৷ মৃত লোকজন ৰামপুৰৰ গিৰিকান্ত বৰা(৬৫) বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়কঃবাৰ্মিজ চুপাৰী জ্বলাই ভস্মীভূত কৰিলে প্ৰশাসনে

মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বিজয়নগৰ আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। পিছে এয়া আত্মহত্যা নে দুৰ্ঘটনা সেয়া জানিব পৰা হোৱা নাই। এই ক্ষেত্ৰত আৰক্ষীৰ তদন্তৰ পিছতহে আচল ঘটনা সন্দৰ্ভত জানিব পৰা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply