গুৱাহাটীঃ মহানগৰীৰ পানীখাইতিৰ আমগাঁৱত চাঞ্চল্যকৰ ঘটনা।
ঘাইপথৰ দাঁতিতে হাত-ভৰি বন্ধা, উলংগ অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ।
দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।
মৃতদেহটোৰ কাষত সুৰাৰ বটল,বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ।

লগতে পঢ়কঃৰাজ্যত পুনৰ ধৰ্ষণৰ অভিযুক্তলৈ আৰক্ষীৰ গুলী