তেজপুৰঃ চাওতাল জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনাইছে সদৌ চাওতাল ছাত্ৰ সন্থাই।

সদৌ চাওতাল ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে চাওতাল জনগোষ্ঠীক জনজাতিকৰণ কৰা দাবী জনোৱাৰ লগতে কয়যে চাওতাল সকলক অতি সোনকালে জনজাতিকৰণ নকৰিলৈ ৰাজপথত নামিবলৈ বাধ্য হব বুলিও সন্থাৰ তৰফৰ পৰা হুংকাৰ দিয়ে ।

লগতে পঢ়কঃজুৰীয়াত খন্ড প্ৰাথমিক বিষয়াৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে গোচৰ

আজি সদৌ চাওতাল ছাত্ৰ সন্থাই শোণিতপুৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply