দেৰগাওঁঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে কলেজীয়া ছাত্ৰ । দেৰগাওঁ আৰক্ষীৰ জালত পৰিছে জোনাইৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ । জোনাইৰ ইমেন পাঙগিঙ নামৰ এজন যুৱকক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে দেৰগাওঁ আৰক্ষীয়ে ।

লগতে পঢ়কঃঅতি প্ৰয়োজন নহ’লে ঘৰৰ পৰা ওলাই নাহিবলৈ পুনৰ প্ৰশাসনৰ আহ্বান

ৰাঙলিটিং ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে যুৱক জনক । যুৱক জনৰ ওপৰত 95/22 নং গোচৰত IPC22A/27/29 ধাৰাত ৰুজু কৰা হৈছে গোচৰ । দেৰগাওঁ আৰক্ষীয়ে ইমেন পাঙগিঙক ইতিমধ্যেই জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,333 other subscribers

Leave a comment

Leave a Reply Cancel reply