ছিপাঝাৰঃ ছিপাঝাৰৰ ঐতিহাসিক ধলপুৰত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।

ৰাজ্য চৰকাৰে ধলপুৰত আৰম্ভ কৰিছে কৃষি প্ৰকল্পৰ কাম।

প্ৰকল্পৰ কামত যাতে কোনো ব্যাঘাতৰ সন্মুখীন হবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীয়ে নিৰাপত্তাৰ দিশটোত বিশেষ গুৰুত্ব  দিব বুলি কয় সঞ্চালকগৰাকীয়ে ।

লগতে পঢ়কঃএকে দিনাই তিনিখনকৈ পদ-পথ সেঁতুৰ শুভ উদ্বোধন

আনহাতে সঞ্চালকগৰাকীৰ পৰিদৰ্শনৰ সময়চোৱাত সংগ দিয়ে দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষীৰ বহুকেইগৰাকী বিষয়াই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply