ঢকুৱাখনাঃ ঢকুৱাখনাৰ জীয়ামৰীয়া গাঁৱত বৃদ্ধক আক্ৰমণ মদৰ ৰাগীত মাতাল যুৱকৰ।

হৰেন বৰা(৭৫) নামৰ লোকজনক নিজৰ ঘৰৰ চোতালতে প্ৰহাৰ কৰে ৰাজীৱ বৰা(২৯) নামৰ এজন যুৱকে।

কোৰৰ নালেৰে প্ৰথমে কঁকালত আৰু পাছত মূৰত প্ৰহাৰ কৰে যুৱকজনে।
লগতে পঢ়কঃহিটলাৰ দিহিঙীয়াৰ মৃত্যুৰ উচিত বিচাৰ বিচাৰি আৰক্ষীথানাত পত্নী

গুৰুত্বৰ ভাৱে আহত বৃদ্ধজনক ঢকুৱাখনা হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হয়। কিন্তু হৰেন বৰাৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে ইতিমধ্যে ঘোষণা কৰিছে।

ইফালে ৰাজীৱ বৰাক ঢকুৱাখনা আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply