ধেমাজিঃ ধেমাজিত ড্ৰাগছ বিৰোধী অভিযান। সমগ্ৰ ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে ধেমাজি আটক দুই ড্ৰাগছ সৰবৰাহকাৰী।

ধেমাজি সদৰ থানাৰ উপ পৰিদৰ্শক ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পমখেদি ধেমাজি জিলাৰ চিলাপথাৰৰ পৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আৰু পঢ়কঃ ৰহা সমষ্টিৰ ভিন্ন প্ৰান্তত মাক্স চেনিটাইজাৰ বিতৰণ বিধায়ক শশীকান্ত দাসৰ

আটক কৰা সৰবৰাহকাৰী দুজন ক্ৰমে গোহাঁই গাঁৱৰ আকাশ বৰগোহাঁই আৰু চিলাপথাৰৰ মানস পাইত । অতকাধিন লোক দুজনৰ পৰা 19 গ্ৰাম হিৰইন 9820 টকা ৰ লগতে এখন চাইকেল আটক কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,155 other subscribers

Leave a comment

Leave a Reply