ধেমাজিঃ ৫ মে’ৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজি নলনিপাম পুথিভঁৰাল প্ৰাঙ্গনত ৩৮ সংখ্যক ধেমাজি নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন উদযাপন কৰা হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচীত বিহু পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, পৰম্পৰাগত কণী যুঁজ প্ৰদৰ্শন, সৰু বিহুৱতী , বৰবিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশা জেং বিহু, হুঁচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়।

লগতে পঢ়কঃমানকাচৰত আৰক্ষীৰ মটৰ চাইকেল ৰেলী
শেষৰ দিনাৰ কাৰ্যসূচীত বঁটা বিতৰণ আৰু মুকলি সভাৰ পিছতেই সাংস্কৃতিক সন্ধিয়াৰ আকৰ্ষণ কণ্ঠশিল্পী ৰোহন চানৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। লগতে সাংস্কৃতিক অনুষ্ঠানত সমূহ ধেমাজিবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply