বঙাইগাওঁ ঃ বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩নং ছালাবিলাত যুৱক নিৰুদ্দেশ।
যোৱা ২২ জুলাই তাৰিখে মফিদুল হক নামৰ ২৩ বছৰীয়া যুৱক জন ৰাতিপুৱা ৪-৩০ মান বজাত নিজ ঘৰৰ পৰা নিৰুদ্দেশ হয়।
যুৱক জনৰ গাৰ বৰণ বগা, পিন্ধনত লংপেন্ট আৰু বগা ৰঙৰ টি-চাৰ্ট।
লগতে পঢ়কঃধেমাজিত ড্ৰেইন ৱাল খহি গুৰুত্বভাৱে আহত শ্ৰমিক
যুৱকজনৰ উচ্চতা ৫ ফুট ৬ ইঞ্চি, মুখত দাঢ়ি আছে আৰু চুলি দীঘল।
কোনো সদাশয় ব্যক্তিয়ে যুৱক জনৰ সন্ধান পালে মাণিকপুৰ আৰক্ষী থানাত বা তলত দিয়া ফোন নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।
যোগাযোগ নম্বৰঃ 6001566966, 6002517806