ধেমাজিঃ আন্তঃৰাজ্যিক পাৰপত্ৰ অসমত বলৱৎ কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমত বাইচাইকেল যাত্ৰা কৰা দুই যুৱক অনুপম বেজবৰুৱা আৰু আখটাব ৰহমানক উষ্ম আদৰণী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ৰ পৰা বিগত কিছুদিনৰ পূৰ্বে যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ দ্বাৰা সজাগতা মূলক যাত্ৰা কৰা উক্ত বাইচাইকেল যাত্ৰা আজি ধেমাজিত উপস্থিত হয়।

লগতে পঢ়কঃছবিগৃহ সমূহ পুনৰ মুকলি কৰা সন্দৰ্ভত অক্টোবৰত সিদ্ধান্ত

অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ জন্মলগ্নৰ দাবী অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্ত্তনৰ। সেয়ে জনসচেতনতা সৃষ্টিৰ বাবে সমগ্ৰ অসমত মুঠ ২০০০কি.মি. এই বাইচাইকেল যাত্ৰা আৰম্ভ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply