ধেমাজী: পৌৰসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী । সমগ্ৰ ৰাজ্যৰ লগতে আজি ধেমাজিত সকলো দলেই নিজ নিজ ৱাৰ্ডত প্ৰচাৰ কাৰ্যসূচী চলাই ভোটাৰক আৰ্কষিত কৰিবলৈ চেষ্টা চলাই ।

ধেমাজিত এটা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰাৰ বাবে মুঠ১০টা ৱাৰ্ডৰ ভিতৰত ৯ টা ৱাৰ্ডত আজি অন্তিম নিৰ্বাচনী প্ৰচাৰ চলাই। ধেমাজি পৌৰসভা নিৰ্বাচনত কোনে কেইখন আসন লাভ কৰিব সেয়া নিৰ্বাচনৰ ফলাফলে কব ।

লগতে পঢ়ক- সোণাৰি পৌৰসভাৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনত বিজেপিৰ শক্তি প্ৰদৰ্শন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply