ধেমাজিঃ ধেমাজিৰ চাৰিজন শিক্ষিত যুৱকৰ এক আকৰ্ষণীয় পদক্ষেপ।
4peopleplus.com নামেৰে এক অনলাইন শ্বপিং চাইট মুকলি কৰি চহৰখনৰ লগতে নৱপ্ৰজন্মক আৰু এখোজ আগুৱাই নিবলৈ প্ৰয়াস কৰিছে এইকেইগৰাকী যুৱকে।
এতিয়াৰ পৰা ঘৰতে বহি এই অনলাইন শ্বপিং চাইটৰ পৰা কম মূল্যত আপোনাৰ মন পছন্দৰ কাপোৰ ক্ৰয় কৰিব পাৰিব।
সামগ্ৰী সমূহ একেদিনাই হোম ডেলিভাৰী হ’ব।
এই অনলাইন চাইট টোত বৰ্তমান মহিলা, পুৰুষৰ কাপোৰ উপলব্ধ যদিও অনাগত সময়ত মহিলা সকলৰ বাবে আ- অলংকাৰ বিক্ৰী আৰম্ভ কৰিব বুলি জনাইছে যুৱক কেইজনে ।
লগতে পঢ়কঃনৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত