ধেমাজিঃ ধেমাজিৰ মা কামেশ্বৰী আইথানত ব্যক্তিক্ৰমী দুৰ্গা পূজা ।

ধেমাজিৰ বঙালমাৰি মিচিং গাৱৰ মা কামেশ্বৰী আই থানত ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি পূজাৰ আয়োজন ।

লোকপৰম্পৰা অনুসৰি ১৯৪৭ পৰা আজি পযন্ত লৈকে গাওঁ খনৰ লগতে সমাজৰ মংগল কামনাৰ অৰ্থে বলি প্ৰথা নিয়ম পালন কৰি আহিছে ।

লগতে পঢ়কঃলখিমপুৰৰ পঞ্চানন দেৱালয়ত লোকাৰণ্য পৰিৱেশ

পূজাৰ পৰম্পৰা নিতি নিয়মৰ মাজেৰে এক উৎসৱ মুখৰ পৰিবেশৰ লগতে হাঁহ কুকুৰা ছাগলী ইত্যাদিৰে বলি প্ৰথা সম্পন্ন কৰি মহাঅষ্টমী পূজা পালন কৰে ।

পুৱাৰে পৰা পূজা স্থলীত জিলা খনৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ আগমন ঘটে যদিও বিগত বছৰৰ বোৰৰ দৰে ভক্তৰ সমাগম হোৱা দেখা নগল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply