নিউজ ডেস্ক : অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ে ৪৯৮ গৰাকী ষ্টাফ নাৰ্ছৰ খালী হৈ থকা পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। চলিত বৰ্ষৰ ১০ জানুৱাৰিত উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সকলে বিভাগীয় ৱেবছাইটত গৈ ফলাফল চাব পাৰে।

লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে অহা ৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া অনলাইন দক্ষতা পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।

অনলাইন পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰা সকলো প্ৰাৰ্থীক তেওঁলোকৰ ডকুমেণ্টছৰ স্কেনড কপি Directorate of Health Services, Assam.-ৰ ৱেবইছাইত আপল’ড কৰিবলৈ কোৱা হৈছে।

বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।

ফলাফল চাবৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : ২০২১-২২বৰ্ষৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম প্ৰায় ৪০ শতাংশ হ্ৰাস

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply