ধুবুৰীঃ ৰাজ্য়জুৰি ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। ধুবুৰী  জিলাতো আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই  বিভিন্ন ধৰনৰ ছিণ্ডিকেটৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে  বিভিন্ন অঞ্চলত ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে।

আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত ধুবুৰী আৰক্ষী থানাৰ এটা দলে ধুবুৰী এ এম কে ৰোড আৰক্ষী থানাৰ অন্তৰ্গত লোকনাথ গলিত অভিযান চলাই এজন অবৈধ সুৰা ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হয়।

ধৃত ব্যৱসায়ী জনৰ নাম শংকৰ প্ৰসাদ। ব্যৱসায়ীজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমানৰ বিলাতী সুৰাৰ লগতে চুলাই মদ ।

আৰু পঢ়কঃটীয়কত হাতী দাঁত সহ তিনি অন লাইন জুৱাৰীক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply