ধুবুৰীঃ ধুবুৰীৰ শালকোঁচাত মৃতদেহ উদ্ধাৰ।
ৰেললাইনৰ কাষৰ এটা পুখুৰীত উদ্ধাৰ হয় দুটা মৃতদেহ।
উদ্ধাৰ হোৱা মৃতদেহ দুটা অনিন্দিতা নাথ (১১) আৰু নিহাৰিকা নাথ(১০) বুলি চিনাক্ত।
আৰু পঢ়কঃকাৰ্বি আংলং জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত অস্ত্ৰ-শস্ত্ৰসহ তিনি চোৰাং চিকাৰী আটক
কিশোৰীদুগৰাকীৰ কি পৰিস্থিতিত কেনেকৈ মৃত্যু ঘটিল এই সন্দৰ্ভত এতিয়াও জানিবলৈ পৰা হোৱা নাই।
পিছে এইয়া হত্যাকাণ্ড নে দুৰ্ঘটনা ধুবুৰী আৰক্ষীয়ে তদন্ত চলাই আছে।