নিউজ ডেস্ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত খালী হৈ আছে অধ্যাপকৰ পদ। বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগ আৰু চেণ্টাৰ ফৰ জুৰিডিকেল ষ্টাডিজ বিভাগত খালী হৈ থকা ৪ টা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

পদ সমূহ হৈছে – Centre of Juridical Studies -ত সহকাৰী অধ্যাপকৰ দুটা পদ, Department of Commerce -ত সহকাৰী অধ্যাপকৰ দুটা পদ।

দৰহমা – মাহিলি ২৫,০০০ টকা।

প্ৰাৰ্থীসকলক ৱাক ইন ইণ্টাৰ্ভিউৰ জৰিয়তে নিৰ্বাচন কৰা হ’ব। Centre of Juridical Studies -ৰ পদৰ বাবে ১ নৱেম্বৰত সাক্ষাৎকাৰ গ্ৰহণ কৰা হ’ব, Department of Commerce -ৰ দুটা পদৰ বাবে ২৫ অক্টোবৰত সাক্ষাৎকাৰ গ্ৰহণ কৰা হ’ব।

শিক্ষাগত অৰ্হতাকে আন তথ্যৰ বাবে ইয়াত ক্লিক কৰি বিভাগীয় বিজ্ঞাপন চাওক।

বিভাগীয় ৱেইছাইটৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : শ্বিলঙৰ শিখ সম্প্ৰদায়ৰ উচ্ছেদ; কনৰাড চাংমাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,329 other subscribers

Leave a comment

Leave a Reply